Detailed Notes on Assamese synonyms

অতুল, অতুলন, অতুলনীয়, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অচলা, অজিতবল্লভা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, ক্ষীৰাব্ধিজা, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, পদ্মাসনা, ৰমা, লখিমী, লক্ষ্মী শতদলবাসিনী, শ্ৰী, সনাতনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া৷

অপৰিচ্ছন্ন, আবিল, অবিনস্ত্য, কলুষিত, কলুষতাপূৰ্ণ, ক্লেদাক্ত, জধলা, পংকিল, ফেদেলা, মলিন, মলিয়ন, লেতেৰা৷

অগুণকাৰী, অশলাগী, কৃতঘ্ন, খাই পাত ফলা, নিমখহাৰাম৷

↔ পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।

অন্তবিহীন, অন্তহীন, অনাদি, অনাদ্য, অনাদ্যন্ত, অপৰিসীম, অশেষ, অসীম, নিৰৱধি, নিঃসীম, সীমাহীন৷

অচলপতি, অচলাধিপ, অদ্ৰীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷

অগ্নিচিৎ, অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ, অগ্নীধ্ৰ, অগ্ন্যাহিত, অবিন, আহিতাগ্নি, ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷

অকাৰ, অগজন্মা, অঘ্ন, কঞ্জ, কঞ্জৰ, কমলযোনি, কমলাসন, চতুৰানন, চতুৰ্বক্ত্ৰ, চতুৰ্মুখ, চিদম্বৰ, চিদাত্মা, চিদানন্দ, পদ্মভু, পদ্মোদ্ভ, প্ৰজাপতি, পৰমেষ্ঠী, বিধাতৃ, বিৰিঞ্চি, ব্ৰহ্মা, সনাতন, সনৎ, সৃষ্টিকৰ্তা, স্ৰষ্টা, হংসবাহন, হিৰণ্ময়, হিৰণ্যগৰ্ভ, হেমাংগ৷

(iii) To choose up the exercise of figuring out the respective castes/communities/ sub-castes/ synonyms during the Central listing of OBCs and classifying them into their respective sub-categories.

জগত, ইহলোক, ধৰা, ধৰিত্ৰী, ভূমণ্ডল, ভূতল, বসুমতী, অদিতি, 

অজ, অতনু, অনন্যজ, অনংগ, ইষ্ম, কঞ্জন, কন্দৰ্প, কন্দৰ্পদেৱ, কাম, কামদেৱ, কিংকিৰ, কুসুমকাৰ্মুক, কুসুমধনু, here কুসুমায়ুধ, দৰ্পক, দীপক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদীপ, মন্মথ, মনোজ, মনোভৱ, মনোভূ, মাৰ, মীনকেতন, মীনধ্বজ, ৰতিকান্ত, ৰতিপতি, ৰতীশ, ৰম, ৰমণ, ৰুদ্ৰাৰি, শম্বৰাৰি, স্মৰ৷

অজন্ত, কটুৰৱ, কৃত্যালয়, দাদুৰ, দৰ্দুৰ, প্লৱ, প্লৱংগ, প্লৱংগম, প্লৱগ, বৃষ্টিভূ, বেং, বৰ্ষাঘোষ, বৰ্ষাভূ, বৰ্ষামদ, ভেক, ভেকুলী, ভেকোলা, মণ্ডুক, শালুৰ৷

লোহিত–বৰনদী, মহাবাহু, পদ্মা , লুইত, ব্রহ্মপুত্ৰ আদি। ললিত–শুৱনি, মনোমোহা, সুৱদি, সুন্দৰ, ধুনীয়া আদি।

Leave a Reply

Your email address will not be published. Required fields are marked *